Monday 27 June 2016

অসমৰ দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানসকলে নিজ বাংলা ভাষাক কবৰস্ত কৰি অসমীয়া ভাষাক নিজৰ মাতৃভাষা বুলি আদৰি লৈ অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰে ৷ যিটো আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভূল ৷ কাৰণ এই মুছলমান খিনিক অসমীয়া হিন্দু সকলে কেতিয়াও অসমীয়াৰ মৰ্যাদা দিয়া নাই ৷ বৰং বাংলাদেশী বুলি হাৰাশাস্তি কৰি আহিছে ৷

বিজেপিয়ে ঘোষণা কৰা মতেই কাম কৰি আছে ৷ বাংলাদেশৰ ২০০ টা বঙালী হিন্দু পৰিয়ালে ভাৰতীয় আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীৰ তত্ত্বাবধানত ভাৰতৰ বৰাক উপতক্যাত প্ৰৱেশ কৰিলে ৷ এয়া আৰম্ভনিহে মাথো ৷ এতিয়াও ২ কোটি আহিবলৈ বাকী ৷ প্ৰণিধানযোগ্য যে অসমৰ পৰিস্থিতি সাপেক্ষে এই আগমনক অসমৰ প্ৰতিজন দ্ৰাবিড় জনগোষ্ঠীৰ লোকেই স্বাগতম জনোৱা উচিত ৷ কাৰণ এওঁলোকৰ অধিকাংশই দ্ৰাবিড়ৰেই বংশধৰ ৷ এওঁলোকৰ ভাষা বাংলা ৷ উল্লেখযোগ্য যে কেইবছৰমান আগত অসমৰ ভাষা বাংলা আছিল ৷ কিন্তু অসমৰ দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানসকলে নিজ বাংলা ভাষাক কবৰস্ত কৰি অসমীয়া ভাষাক নিজৰ মাতৃভাষা বুলি আদৰি লৈ অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰে ৷ যিটো আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভূল ৷ কাৰণ এই মুছলমান খিনিক অসমীয়া হিন্দু সকলে কেতিয়াও অসমীয়াৰ মৰ্যাদা দিয়া নাই ৷ বৰং বাংলাদেশী বুলি হাৰাশাস্তি কৰি আহিছে ৷
মনকৰিবলগীয়া যে, বিজেপিয়ে চৰকাৰ গঠন কৰিয়েই বাংলাদেশৰ বঙালী হিন্দু সকলক অসমলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকেই নিশ্চিতভাৱে এইবাৰ ইতিহাসৰ পুনৰাবৃত্তি হব আৰু অসমৰ ভাষা বাংলা হব ৷ কিন্তু আগৰ দৰে ভূল যাতে কোনেও নকৰে ৷ কাৰণ বাংলা মেজৰিটি হবই হব ৷ ত্যাগ কৰি কি পালে সকলোৱেই দেখিলে ৷ অসমৰ মুছলমান সকলে আকস্মাত বাংলা ভাষাক আকোৱালি লোৱাটো পোনতে কষ্ট হব কাৰণ, অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা হৈছে ৷ কিন্তু কষ্ট হলেওঁ যে পাৰিবই লাগিব ৷ এয়াই সময়ৰ আহ্বান ৷
নিশ্চয়কৈ কেন্দ্ৰই অসমৰ জেনেৰেল মানুহৰ কাৰণে হীত চিন্তা কৰিছে ৷ সেইবাবেই অসমত জেনেৰেল মানুহৰ সংখ্যা বৃদ্ধি কৰি আছে ৷ অন্যথা অসমত ST (Schedule Tribe) লোকৰ জনসংখ্যাৰ বৃদ্ধি ৰোধ নকৰিলে বেলেগ ৰাষ্ট্ৰৰ লগত চামিল হোৱাৰ থল নুই কৰিব নোৱাৰি ৷ গতিকেই অসমত জেনেৰেল মানুহৰ সংখ্যা বৃদ্ধি কৰিবলৈ হলে বাংলাদেশৰ পৰা বঙালী হিন্দু সকলক যিকোনো ছল-চাতুৰী কৰি অনাৰ বাহিৰে অইন কোনো বিকল্প নাই ৷
বিঃদ্ৰঃ- অনুগ্ৰহ কৰি Share কৰে যেন ৷

দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানঃ- ASSAM's photo.

No comments:

Post a Comment