Sunday 26 June 2016

ভণ্ডামিৰো সীমা আছে পিছে------------ পাবত গজা ৱেবছাইটৰ আলম লৈ মুছলমান থকা বছা বছা জিলাসমূহক বাংলাদেশীৰে ভৰ্তি হৈ পৰা প্ৰচাৰে কিহৰ ইংগিত বহন কৰিছে ? অসমৰ কিছু লোকৰ এই স্বভাৱ আজিৰ নহয় ৷ ভাৰত স্বাধীন হোৱাৰে পৰা এই ভণ্ডচামে অসমত মুছলমানসকলক বাংলাদেশী বুলি কৈ হাৰাশাস্তি কৰি আছে ৷ খাওঁতে লওঁতে অকল মুছলমানক কেনেকৈ নিঃশেষ কৰা যাব সেই চিন্তা কৰি থাকে ৷ বাতৰিটো পঢ়ি উঠি এজন ৭ বছৰীয়া শিশুৱেও বুজি পাব যে এয়া অসমৰ মুছলমানক চিধাচিধি বাংলাদেশী বুলি কৈ হাৰাশাস্তি কৰিবলৈ উচটাই আছে ৷ এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহক আৰু মুছলমান বিদ্বেষী বাতৰিকাকত বোৰক কি কৰা উচিত ?

ভণ্ডামিৰো সীমা আছে পিছে------------
পাবত গজা ৱেবছাইটৰ আলম লৈ মুছলমান থকা বছা বছা জিলাসমূহক বাংলাদেশীৰে ভৰ্তি হৈ পৰা প্ৰচাৰে কিহৰ ইংগিত বহন কৰিছে ?
অসমৰ কিছু লোকৰ এই স্বভাৱ আজিৰ নহয় ৷ ভাৰত স্বাধীন হোৱাৰে পৰা এই ভণ্ডচামে অসমত মুছলমানসকলক বাংলাদেশী বুলি কৈ হাৰাশাস্তি কৰি আছে ৷ খাওঁতে লওঁতে অকল মুছলমানক কেনেকৈ নিঃশেষ কৰা যাব সেই চিন্তা কৰি থাকে ৷ বাতৰিটো পঢ়ি উঠি এজন ৭ বছৰীয়া শিশুৱেও বুজি পাব যে এয়া অসমৰ মুছলমানক চিধাচিধি বাংলাদেশী বুলি কৈ হাৰাশাস্তি কৰিবলৈ উচটাই আছে ৷
এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহক আৰু মুছলমান বিদ্বেষী বাতৰিকাকত বোৰক কি কৰা উচিত ?

No comments:

Post a Comment